দুৰুদুৰুম
দুৰু দুৰু (Assamese) [ Roman: du.ru du.ru]
Contributed by: Manjit Nath (মনজিৎ নাথ) on 2010-02-15
English: heartbeat,
Assamese: দুৰদুৰ, দুৰু দুৰু, ধক্ ধক্, ধপ্ ধপ্, প্ৰাণস্পন্দন, হুম্ হুম্, হৃদয়স্পন্দন,
Bodo: बिखानि मावखांनाय,
Hmar: lungphu
দুৰু দুৰু (Assamese) [ Roman: du.ru du.ru]
Contributed by: Manjit Nath (মনজিৎ নাথ) on 2010-02-15
1. (Abstract Noun) Pulsation of the heart or the sound of the heart beating. হৃদপিণ্ডৰ স্পন্দন বা কলিজাৰ কঁপনিৰ শব্দ।